GK

GK & Job information

Breaking

Search This Blog

PNRD Recruitment Women Mate-গ্ৰাম্য সখী

 PNRD Recruitment Women Mate: মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ [মহাত্মা গান্ধী এনৰেগা] অধীনত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্ৰাৰা "গ্ৰাম্য সখী" (Women Mate ) নিয়োগৰ এক নতুন পদক্ষেপ লৈছে । এই গ্ৰাম্য় সখী সকলে মহাত্মা গান্ধী এনৰেগা আঁচনিৰ অধীনৰ জব কাৰ্ডধাৰীসকলে কৰা কাৰ্যসমূহ চোৱাচিতা কৰিব ।

PNRD Recruitment Women Mate


 PNRD Recruitment Women Mate post details

পদৰ নাম- গ্ৰাম্য সখী (Women Mate)

পদৰ সংখ্যা- নিৰ্ধাৰিত নহয়

বয়স- ১৮ বছৰৰ পৰা ৪৫ বছৰ মহিলা


Related Post


অৰ্হতা- সপ্তম শ্ৰেণীলৈ পঢ়া 

অন্য়ান্য় অৰ্হতা- দীন দয়াল অন্তোদয়া আঁচনিৰ-ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত গোটৰ সদস্য়্, জব কাৰ্ডধাৰী তথা বছৰটোত নিম্নতম ৩০ দিন কাম কৰা মহিলা সকলে এই গ্ৰাম্য় সখী সকৰ বাবে আবেদন কৰিব প্ৰ-পত্ৰ পীৰণ কৰিব পাৰিব । আৰ্থ-সামাজিক আৰু জাতি পিয়লৰ ২০১১ চনৰ প্ৰতিবেদনত উল্লেখিত অনুসৰি বঞ্চনাৰ মানদণ্ড পূৰ্ণ কৰা পৰিয়ালৰ মহিলাসকলকহে অগ্ৰাধিকাৰ দিয়া হব । 

মজুৰী- এই গ্ৰাম্য় সখী সকলক প্ৰতি দিনৰ নিৰীক্ষণ কাৰ্যৰ বাবে বৰ্তমান ২৮০ টকাকৈ মজুৰি দিয়া হব।


PNRD Recruitment Women Mate কেনেকৈ আবেদন কৰিব

প্ৰ-পত্ৰসমূহ পঞ্চায়ত কাৰ্যালয় তথা খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়সমূহত উপলব্ধ হব।


প্ৰ-পত্ৰসমূহ জমা দিয়াৰ ঠিকনা- নিজৰ নিজৰ পঞ্চায়ত কাৰ্যালয় তথা খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়

প্ৰ-পত্ৰসমূহ জমা দিয়াৰ অন্তিম দিন- ১৫ ফেব্ৰুৱাৰী ২০২১ ৰ পৰা ৫ মাৰ্চ ২০২১ লৈ।


Official Advertisement: Click Here

1 comment: